Description:
অসমৰ সকলো লোকে এতিয়া ঘৰত বহি নিজৰ NREGA Job Card অনলাইনতে ডাউনলোড কৰিব পাৰে।
In this video, I’ll guide you step-by-step to download your NREGA/MGNREGA Job Card online without going anywhere.
এই ভিডিঅ’টোত আপুনি শিকিবঃ
✅ কেনেকৈ Assam NREGA ৰ অফিচিয়েল ৱেবচাইটত যাব
✅ নিজৰ গাঁও, পঞ্চায়ত, অথবা নামৰে Job Card চাবলৈ
✅ Job Card কিদৰে ডাউনলোড আৰু প্ৰিন্ট কৰিব
✅ সাধাৰণ সমস্যাৰ সমাধান
???? Website Link:
https://nregastrep.nic.in/netnrega/homestciti.aspx?state_code=04&state_name=ASSAM&lflag=eng&labels=labels
???? মোবাইল অথবা কম্পিউটাৰ দুয়োটাৰে সহজে কৰিব পৰা যায়।
⏩ আচলতে এই ভিডিঅ’টো সকলোৰ বাবে সহায়ক হব — যদি আপুনি MGNREGA ৰ অধীনত কাম কৰে, অথবা আপোনাৰ নাম চাব বিচাৰে।
???? ভিডিঅ’টো Like, Share, আৰু Subscribe কৰক যাতে এই সহায়জনক তথ্য আৰু লোকলৈ পাৰ হয়।
???? কমেণ্টত আপোনাৰ প্ৰশ্ন থাকিলে সোধক — মই উত্তৰ দিম।
#NREGA #MGNREGA #AssamJobCard #JobCardDownload #NREGAAssam #অসম #NregaOnline #howto #assamese #AssamTechSupport
⚠️DISCLAIMER: This Channel DOES NOT Promote or encourage Any illegal activities, all contents provided by This Channel is meant for EDUCATIONAL PURPOSE only.
???? Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
Share this link via
Or copy link
























